Prince Manash

Prince Manash

Share

10/04/2026

শুনিছো পুৱতি নিশা কুংকি চৌধুৰীৰ সামাজিক মাধ্যম কোষৰ সদস্যক আটক কৰা হৈছে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগত! কৰবাত এনে লগা হৈছে, নৱপ্ৰজন্মক সক্ৰিয় ৰাজনীতিৰ পৰা ভয় আৰু ভাবুকিৰে আঁতৰাই ৰাখিব খোজা হৈছে! যদি সঁচাকৈয়ে এনে হৈছে, অসমৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে এইয়া ভাল বাৰ্তা নহয়! বৰ্তমানৰ প্ৰজন্ম শিক্ষিত আৰু দায়বদ্ধ ! মাত্ৰ ভোটাধিকাৰ সাব্যস্ত কৰাটোৱেই আমাৰ নৱপ্ৰজন্মৰ শেষ দায়িত্ব হৈ থাকিব নালাগে! সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰি অসম আৰু অসমীয়াৰ বাবে কাম কৰিবলৈ আগবাঢ়ি অহাটোও এতিয়া প্ৰতিজন নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ দায়িত্ব! সলনি হব লাগে অসমৰ ৰাজনৈতিক পৰিৱেশ ! প্ৰতিটো দিশতে আগবাঢ়ি আহি নৱপ্ৰজন্মই ৰাজনীতি, অৰ্থনীতি, শিল্প , বেপাৰ বানিজ্য , ব্যৱসায় , খেতি আদি সকলোতে মনোনিৱেশ কৰিব লাগে, তেহে অসমীয়াৰ বাবে অসম সুৰক্ষিত হব! বাধা বহুত আহিব, আগুৱাই যোৱাৰ মানসিকতাক মাথোঁ বিচলিত হব দিব নালাগে! কৰ্মই ধৰ্ম!
Lurinjyoti Gogoi

15/02/2026

Protect your energy this Shiva Puja. 🙏✨ The Mahamrityunjaya Mantra is not just a chant; it’s a shield. Listen to the full version now to remove obstacles and find inner strength. 🕉️

Om Gan Ganpateye Namoh Namah | Ganesh Mantra | Prince Manash | 108 Times | Ganesh Chaturthi 2026 07/02/2026

Invoke the blessings of the Vighnaharta! 🙏✨
​I’m thrilled to release this Ganesh Mantra for our collective well-being, peace, and success. Let’s clear the path for new beginnings together. 🕉️🌺
​Support the vibration:
✨ Subscribe for more.
❤️ Like if it resonates.
📲 Share to spread the peace.
​Ganpati Bappa Morya! 🐘🙌

Om Gan Ganpateye Namoh Namah | Ganesh Mantra | Prince Manash | 108 Times | Ganesh Chaturthi 2026 A Yuvin Entertainment Presents The mantra “Om Gan Ganapataye Namo Namah” is a very popular and powerful prayer dedicated to Lord Ganesha. He is known as the ...

04/02/2026

শিক্ষিত নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীৰ সক্ৰিয় ৰাজনীতিত প্ৰয়োজন আছে, মূৰ্খই হে সেইবোৰ বিৰোধিতা কৰে!

সফলতা লাভ কৰা বন্ধু Gyanashree Bora !

Want your public figure to be the top-listed Public Figure in Dispur?
Click here to claim your Sponsored Listing.

Category

Telephone

Address


Dispur