Mayur Ranjan Official
16/12/2024
https://youtu.be/rY19ZykPk6Y
https://youtu.be/rY19ZykPk6Y
https://youtu.be/rY19ZykPk6Y
আজি মোৰ জন্মদিন টোত আপোনালোকলৈ এটি সৰু উপহাৰ আগন্তুক নৱবৰ্ষত নাচিব পৰাকৈ এটি গীত আগবঢ়ালোঁ,গীতটোৰ প্ৰতি মৰম যাচিব
15/07/2024
https://youtu.be/5IifCFSFMmg
এটি নতুন গীত স্বপ্ন বিভূৰ আপোনালোকলৈ আগবঢ়াই দিছো... আপোনালোকৰ মৰম বোৰ পাম বুলি আশা ৰাখিলোঁ,,,আৰু গীতটি চেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ
Swapna Bivur / Assamese New Song /Mayur Ranjan / Jun Parakh সকলোৰে পৰা আৰ্শীবাদ বিছাৰি......" স্বপ্ন বিভূৰ " গীতটি আপোনালোকলৈ আগবঢ়াই দিছো ....মৰম দিব..Singer - Mayur RanjanMusic -Jun ParakhLyrics & Tune - Mayur Ranja...
11/07/2024
আপোনালোকৰ মাজলৈ আহি মোৰ এটি নতুন গীত "স্বপ্ন বিভূৰ" আৰ্শীবাদ কৰিব ....
18/05/2024
শদিয়াৰ জীয়া নৈয়ে আকৌ মাতিছে ....
04/03/2024
সকলোলৈকে শুভৰাত্ৰি...
16/01/2024
https://youtu.be/oK4z2Bup6U4?si=4kc11IqD_3r3QIhy
আহি আছে "চ'তৰ গৰম "
অতি সোনকালে আপোনালোকৰ মাজলৈ ।।
আশা ৰাখিছো মৰম আৰ্শীবাদ সকলোবোৰ পাম ,,,
গীতটিক সংগীতেৰে সজাইছে বন্ধু জোন পৰশে ।।
লগতে মোৰ "গধূলি জোনাক" গীতটিৰ ইউটিউব লিংকটো তলত দি দিছোঁ ,যি সকলে গীতটি এতিয়াও শুনা নাই তেওঁলোকে লিংকটো ত গৈ "গধূলি জোনাক"গীত টি শুনিব পাৰিব ।।
ধন্যবাদ।।
https://youtu.be/oK4z2Bup6U4?si=4kc11IqD_3r3QIhy
https://youtu.be/oK4z2Bup6U4?si=4kc11IqD_3r3QIhy
https://youtu.be/oK4z2Bup6U4?si=4kc11IqD_3r3QIhy
https://youtu.be/oK4z2Bup6U4?si=4kc11IqD_3r3QIhy
15/01/2024
ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা সকলোলৈকে....
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Dibrugarh
786611