Airkata Adda

Airkata Adda

Share

25/04/2026

সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ একমাত্ৰ নাৰী শিক্ষা প্ৰতিষ্ঠান আইৰকাটা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতী ছাত্ৰী সকলোক বিশেষ সম্বৰ্ধনা |

10/04/2026

গোৱালপাৰা জিলাৰ খলিছাভিটা(গাইবান্ধা)জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰী ববিনা পাৰবিনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯১.৬৬ শতাংশ নম্বৰ লাভ কৰি বৃহত্তৰ অঞ্চলত গৌৰৱ কঢ়িয়াই আনে।

Want your organization to be the top-listed Government Service in Dhubri?
Click here to claim your Sponsored Listing.

Category

Website

Address


Mairakuchi Pt I
Dhubri
783330