Dhing Municipal Board
ধিং চহৰৰ একাংশ পথৰ street lights দিনৰ ভাগতো জ্বলি থকা সন্দৰ্ভত আজি প্ৰকাশিত এক বাতৰিৰ (Portal News) প্ৰতি লক্ষ্য ৰাখি ধিং টাউনৰ নাগৰিকক অৱগত কৰা হ’ল যে—
শেহতীয়া কিছুমান বৈদ্যুতিক কাৰিকৰী বিজুতিৰ বাবে, কেৱল পৰীক্ষণ আৰু মেৰামতিৰ উদ্দেশ্যেহে আজি দিনৰ ভাগত ষ্ট্ৰীট লাইটসমূহ জ্বলাই ৰখা হৈছিল।
অনুগ্ৰহ কৰি মন কৰিব: এই সন্দৰ্ভত প্ৰকাশ পোৱা কোনো ধৰণৰ ভুৱা বা বিভ্ৰান্তিকৰ বাতৰিৰ দ্বাৰা মান্তি নহ’বলৈ সমূহ নাগৰিকক অনুৰোধ জনোৱা হ’ল।
ধিং পৌৰসভা সদায় জনসাধাৰণৰ সমস্যা সমাধান আৰু চহৰখনৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে সম্পূৰ্ণৰূপে দায়বদ্ধ। আমাৰ কৰ্মচাৰীসকলে সকলো বৈদ্যুতিক সমস্যা যিমান সোনকাল কৰিব পৰা যায়, সিমান সোনকালে সমাধান কৰিবলৈ নিষ্ঠাৰে চেষ্টা চলাই আছে।
আপোনালোকৰ সহযোগিতা আৰু বুজাপৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
09/02/2026
20/09/2025
কিংবদন্তি শিল্পী জুবিন গাৰ্গ দেৱলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি
Click here to claim your Sponsored Listing.
Category
Contact the organization
Website
Address
Dhing Town
Dhing
782123