Dhemaji Police

Dhemaji Police

Share

04/07/2026

#জনহিতজনসেৱাৰ্থে
ধেমাজি আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখি যোৱা ইং ০৪.০৭.২০২৬ তাৰিখে চিলাপথাৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই এজন ব্যক্তিক আটক কৰা লগতে ০.৯৪ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়।
CMO Assam
Assam Police
DGPAssamPolice

01/07/2026

Some heroes prescribe hope.

24/06/2026

বিত্তীয় অপৰাধ ৰোধৰ ক্ষেত্ৰত 'ই-জিৰো এফ আই আৰ' ব্যৱস্থা প্ৰবৰ্তনৰ ক্ষেত্ৰত দেশৰ ভিতৰত অন্যতম প্ৰথম ৰাজ্য হৈছে অসম ।

এন চি পি আৰ নাইবা ১৯৩০ ত চাইবাৰ বিত্তীয় প্ৰৱঞ্চনা সন্দৰ্ভত দাখিল কৰা মৌখিক অভিযোগ এতিয়াৰে পৰা এজাহাৰ লৈ ৰূপান্তৰ হ'ব ।

তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে দহ লাখ টকাৰ ওপৰৰ চাইবাৰ বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগ স্বয়ংক্ৰিয়ভাৱে 'জিৰো এফ আই আৰ' লৈ পৰিবৰ্তন হ'ব ।

Himanta Biswa Sarma DGPAssamPolice

Want your organization to be the top-listed Government Service in Dhemaji?
Click here to claim your Sponsored Listing.

Telephone

Address


O/o Superintendent Of Police
Dhemaji
787057