Ranjit Axom
14/02/2026
এপষ্টাইন ফাইলৰ সৈতে জেফ্ৰি এপষ্টাইনৰ নাম বিশ্বজুৰি এক বিতৰ্ক আৰু লজ্জাৰ প্ৰতীক হৈ পৰিছে। এনে এটা বিতৰ্কিত বিষয়ত যদি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম সঁচাকৈয়ে জড়িত বুলি তথ্য পোহৰলৈ আহে, তেন্তে সেয়া প্ৰতিজন ভাৰতীয়ৰ বাবে গভীৰ চিন্তা আৰু লজ্জাৰ বিষয়।
#সত্য_প্ৰকাশ_কৰক
#দেশৰ_মৰ্যাদা
Want your public figure to be the top-listed Public Figure in Dhemaji?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Website
Address
Dhemaji
787059