Assam Competitive Exam Knowledge

Assam Competitive Exam Knowledge

Share

19/06/2022

১) অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তি গৰাকী কোন?
উত্তৰ : ভাস্কৰ বৰ্মন।

২) প্রশ্ন : অসমৰ প্রথম ব্রিটিছ চীফ কমিছনাৰ কোন আছিল?
উত্তৰ : কৰ্ণেল কীটিং।

৩) প্রশ্ন : ‘অাভ্যন্তৰীণ সীমা আইন’ কেতিয়া কার্যকৰী কৰা হয়?
উত্তৰ : ১৮৭৩ চনত।

৪) প্রশ্ন : প্রাচীন কামৰুপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল?
উত্তৰ : ৰাজকুমাৰী অমৃত প্রভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল।

৫) প্রশ্ন : ব্রহ্মপুত্র নদীক তিনিটা নদীৰ সংগমস্থলী’ বুলি কোৱা হয়?
উত্তৰ : দিহিং, দিবং আৰু লােহিত নদী।

৬) প্রশ্ন : আহােম আৰু মােগলৰ মাজৰ শেষ যুদ্ধ খন কোন চনত আৰু ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ : ১৬৮১ চনৰ ইটাখুলি নামৰ ঠাইত।

৭) প্রশ্ন : গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?
উত্তৰ : ১৯৪৮ চনত।

৮) প্রশ্ন : ইংৰাজে ভাৰতত প্রতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো?
উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিছা।

৯) প্রশ্ন : অসম আক্ৰমণ কৰা প্ৰথম জন মােগল আক্রমণকাৰী কোন আছিল?
উত্তৰ : মহম্মদ ইবন বখতিয়া।

১০) প্রশ্ন : কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ : ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত।

১১) প্রশ্ন : ‘অসম ছাত্র সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্রথম সভাপতি কোন আছিল?
উত্তৰ : ১৯১৬ চনত। সভাপতি আছিল লক্ষীনাথ বেজবৰুৱা।

১২) প্রশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
উত্তৰ : ১৮২৩ চনত।

১৩) প্রশ্ন : অসমত আহােম সাম্রাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ: চুকাফা।

১৪) প্রশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰ : ১২০৬ চনত।

১৫) প্রশ্ন : ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?
উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।

১৬) প্রশ্ন : চুতীয়া সাম্রাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : বীৰপাল।

১৭) প্রশ্ন : অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?
উত্তৰ : গুৱাহাটী।

১৮) প্রশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্রী কোন আছিল?
উত্তৰ : গােপীনাথ বৰদলৈ।

১৯) প্রশ্ন : কেন্দ্রীয় মন্ত্রী সভাত মন্ত্রীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ ৰেণুকা দেৱী বৰকটকী।

২০) প্রশ্ন : আহােম সাম্রাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১২৫৩ চনত।

২১) প্রশ্ন : অসমৰ প্রথম মহিলা মুখ্য মন্ত্রী কোন আছিল?
উত্তৰ : ছৈয়দা আনােৱাৰা টাইমূৰ৷

২২) প্রশ্ন :

05/06/2022

3rd Point (Phase)
Calcutta will be the capital of New Bengal province which includes West Bengal, Orissa and Chotanagpur.

4th Point(Phase)
The partition of Bengal will be implemented on 16th October, 1905

05/03/2022

【INDIAN POLITY】:::::::

1/ "সংসদীয় চৰকাৰ" প্ৰথম উদ্ভাৱন হোৱা দেশখনৰ নাম কি আছিল?
উত্তৰ: গ্ৰেট ব্ৰিটেইন।

2/ অসম চৰকাৰে কেতিয়া অসম পৌৰ আইন গ্ৰহণ কৰিছিল?
উত্তৰ: ১৯৫৬ চনত।

3/ কিমান চনত অসমত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল?
উত্তৰ: ১৯৫৪ চনত।

4/ "ৰাষ্ট্ৰসংঘ" দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: ২৪ অক্টোবৰ।

5/ নগৰ সমিতিৰ সৰ্বনিম্ন সদস্য সংখ্যা কিমান?
উত্তৰ: ৭ জন।

6/ ভাৰতীয় সংসদে সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি মৌলিক অধিকাৰ সংশোধন কৰিব পাৰে?
উত্তৰ: ৩৬৮ নং।

7/ ১৪ দফীয়া নীতিৰ প্ৰৱৰ্তন কোনে কৰিছিল?
উত্তৰ: চাৰ্চিল।

8/ পৃথিৱীৰ কোনখন ৰাষ্ট্ৰক গণতন্ত্ৰৰ বিজ্ঞানাগাৰ বুলি কোৱা হয়?
উত্তৰ: চুইজাৰলেণ্ড।

9/ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰা সদস্য সংখ্যা কিমান জন?
উত্তৰ: ১২ জন।

10/ অসম বিধানসভাৰ সদস্য সংখ্যা কিমান জন?
উত্তৰ: ১২৬ গৰাকী।

11/ লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত কোনে সভাপতিত্ব কৰে?
উত্তৰ: লোকসভাৰ অধ্যক্ষ।

12/ পশ্চিম বংগ ৰাজ্যত দ্বি-সদনীয় বিধান মণ্ডল আছে নে নাই?
উত্তৰ: নাই।

13/ বিধানসভাৰ সদস্য হব লাগিলে তেওঁৰ ন্যূনতম বয়স কিমান হব লাগিব?
উত্তৰ: ২৫ বছৰ।

14/ গুৱাহাটী পৌৰ নিগম আইন কেতিয়া পাছ কৰা হয়?
উত্তৰ: ১৯৬৯ চনত।

15/ ভাৰতীয় সংসদে নাগৰিকত্ব আইন কেতিয়া গ্ৰহণ কৰে?
উত্তৰ: ১৯৫৫ চনত।

16/ ভাৰতীয় সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ: ৰাজেন্দ্ৰ প্ৰসাদ।

17/ হিন্দু মহাসভা কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ১৯১৬ চনত।

18/ "গণতন্ত্ৰ হৈছে আলোচনাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা চৰকাৰ"- এই মত কোনে সমৰ্থন কৰিছিল?
উত্তৰ: বাৰকাৰে।

19/ ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে?
উত্তৰ: ৬২ বছৰ।

20/ পঞ্চায়তীৰাজ ব্যৱস্থাৰ সৃষ্টি কৰা কোনটো নিৰ্দেশক নীতিৰ অন্তৰ্ভূক্ত?
উত্তৰ: গান্ধীবাদী নীতি।

Want your school to be the top-listed School/college in Dhemaji?
Click here to claim your Sponsored Listing.

Category

Website

Address


Dhemaji