Devottom Axom

Devottom Axom

Share

Photos from Devottom Axom's post 10/05/2026

নলবাৰী চহৰত গধুলি দৌৰিব গৈ ত্ৰিভুজ🔺এটা আঁকি আহিলো। scale ব‍্যৱহাৰ নকৰা বাবে লাইন কেইডাল অলপ বেকা হ’ল😆। আজি 4 কিঃমিঃ দৌৰিলো। এতিয়া নিশাৰ ৰেলগাড়ীত নাৰায়নপুৰলৈ গৈ আছো। কাইলৈ ৰাতিপুৱা নাৰায়নপুৰত দৌৰিম💪🏼। কৰবাত দেখিলে মাত দিব দেই🤩!

Photos from Devottom Axom's post 07/05/2026

এই পৱিত্ৰ ঠাইখিনি চিনি নোপোৱা মানুহ চাগে অসমত খুব কম ওলাব।
জুবিন ককাইদেওৰ আশীষ শিৰত তুলি লৈ যোৱা ১মে’ ২০২৬ তাৰিখে আমি অৰ্থাৎ Devottom Foundation-ৰ সমুহ সদস‍্যই, সমগ্ৰ অসমত First Aid & CPR-ৰ প্ৰশিক্ষণৰ দ্বাৰা “স্বাস্থ‍্য সৈনিক” নিৰ্মানৰ যি প্ৰচেষ্টা হাতত লৈছো, তাৰে #প্ৰথম_দিন হিচাপে আমি এই কামৰ আৰম্ভনি এই পৱিত্ৰ ঠাইৰ পৰাই আৰম্ভ কৰিলো। দুদিনমান আগত গৰিমা বৌৱেও আমাক মেছেজযোগে শুভেচ্ছা জনাইছিল। সেইদিনাখনৰ সেই অনুষ্ঠানটোৰ বাবে অনুমতি দিয়াৰ বাবে “জুবিন ক্ষেত্ৰ”ৰ সকলো কৰ্তৃপক্ষক তথা প্ৰশিক্ষণত থাকি জীৱন ৰক্ষাৰ বিভিন্ন তথ‍্য মন দি শুনা সকলো ৰাইজক হৃদয়ৰ পৰা ধন‍্যবাদ জনালো। এতিয়া আমি অসমৰ সকলোতে যাম, মানে আপোনাৰ ওচৰলৈকো আহিম।
“জয় জুবিন দা”

Want your business to be the top-listed Media Company in Delhi?
Click here to claim your Sponsored Listing.

Category

Telephone

Address


Harmony Apartment, Plot 6B, Dwarka Sector 23
Delhi
110075