Dipankar Deka
23/12/2021
ভাৰতে বুধবাৰে সফলভাৱে স্থানীয়ভাৱে প্ৰস্তুত কৰি উলিওৱা নতুন প্ৰজন্মৰ ভূমিৰ পৰা ভূমিলৈ নিক্ষেপ কৰিব পৰা প্ৰলয় মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰে।
এই শক্তিশালী প্ৰলয় মিছাইলে ভূমিৰ পৰা ভূমিলৈ ১৫০-৫০০ দূৰত্বলৈ আঘাত হানিব পাৰে।
যিকোনো নিক্ষেপকাৰী বাহনৰ পৰাই অতি সহজতে এই মিছাইল নিক্ষেপ কৰিব পৰা যায়।
প্ৰলয় মিছাইলে অতি নিখুতভাৱে আৰু নিয়ন্ত্ৰণাধীনভাৱে শত্ৰুপক্ষক আঘাত হানিবলৈ সক্ষম হ’ব বুলি এগৰাকী বিষয়াই কয়।
প্ৰলয় মিছাইলৰ সফল পৰীক্ষণৰ পাছতে অতি সোনকালে ইয়াক ভাৰতীয় সেনা বাহিনীৰ হাতত অৰ্পন কৰা হ’ব।
চীন আৰু পাকিস্তানৰ সৈতে ভাৰতৰ বেয়া সম্পৰ্কৰ সময়ত ভাৰতে মিছাইল প্ৰযুক্তিৰ বিকাশত গুৰুত্ব আৰোপ কৰাক লৈ দুয়োখন দেশে প্ৰায়ে অভিযোগ উত্থাপন কৰি আহিছে।
Source : Time8
22/12/2021
21/12/2021
Weekly Current Affairs-The Assam Tribune-1st October 2021-8th October 2021 Weekly Current Affairs-The Assam Tribune-1st October 2021-8th October 2021Current Affairs 365 | www.currentaffairs365.inJoin Current Affairs 3651. Constitution of the National Road Safety BoardAimed at promoting road safety, innovation and adoption of new technology, Ministry of Road Transport and H...
21/12/2021
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Darrang