Born for Rural Development- BRD

Born for Rural Development- BRD

Share

Photos from Born for Rural Development- BRD's post 02/05/2025
Photos from Born for Rural Development- BRD's post 02/05/2025

আজি ইংৰাজী ১ মে ২০২৫ তাৰিখ বৃহস্পতিবাৰে শ্ৰমিক দিৱস ৰ লগত সংগতি ৰাখি BRD NGO কুৰুৱা ই অসম ৰাজ্যিক এইদচ্ নিয়ন্ত্ৰক সমিতিৰ জৰিয়তে NACO ৰ পৰা পোৱা TI project AROGYA ৰ কাৰ্যালয় ৰ শুভ উদ্বোধন কৰা হয়। এই উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে Dumunichowki State Dispensary ৰ Leb technical staff শ্ৰীযুত দিয়ক গোস্বামী দেৱে আৰু আজি কাৰ্য্যালয়ৰ দ্বাৰ মুকলি কৰে কুৰুৱা গাওঁৰ গাওঁ প্ৰধান শ্ৰীযুত দুলাল চন্দ্ৰ মেধিয়ে তেওঁ ফিতা কাতি আনুষ্ঠানিক ভাৱে আজি কাৰ্য্যালয়ৰ উদ্বোধন কৰা বুলি ঘোষণা কৰে। আৰু এই উদ্বোধনী অনুষ্ঠানত আমাৰ অঞ্চলৰ বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকে। তেওঁ লোকৰ উপস্থিতিত আজি শ্ৰমিক দিৱসৰ ওপৰত এক সুন্দৰ আলোকপাত হয়। বৰ্ণ ফৰ ৰুৰেল ডেভেলপমেন্ট (BRD)ৰ কৰ্মচাৰী সকলৰ উদ্যোগত সুচাৰুৰূপে আজিৰ অনুষ্ঠান টি অনুষ্ঠিত হয়।

Photos from Born for Rural Development- BRD's post 27/02/2025

Today.on, 27.02.2025, Born for Rural Development- BRD has successfully conducted an interview for the posts of Project Manager, Counsellor, Accountant and Outreach worker for the upcoming TI Project for IDU & FSW under AIDS CONTROL SOCIETY, Assam. Various external panelists were invited to conduct the interview. The interview was successfully completed followed by group photo, lunch and small thanksgiving.

22/02/2025

Situation Vacant

Want your organization to be the top-listed Non Profit Organization in Darrang?
Click here to claim your Sponsored Listing.

Website

Address


Vill Upper Kurua
Darrang
784145