Third Eye

Third Eye

Share

18/09/2025

বিটিচিৰ পাছনৈ-চেৰফাংত নিৰ্দলীয় প্ৰাৰ্থী ৰাজু ঢাকালৰ জাতি মাত্ৰ গোৰ্খা, কিন্তু তেওঁৰ ব্যক্তিত্ব ইছলাম, হিন্দু বা খ্ৰীষ্টান, সকলো সমাজক আৱৰ্তন কৰা উদাৰবাদী ধৰ্মমতত আধাৰিত। সেইবাবে তেওঁৰ ওপৰত এবাৰ চকু মেলি বিশ্বাস কৰিব পৰা যায়। আন এটা কথা হ'ল — এইবাৰ পাছনৈ-চেৰফাংৰ জনতাই এটা সুনহলীয়া সুযোগ লাভ কৰিছে — আৰু এই সুযোগৰ সদ্ব্যৱহাৰ কৰি “টাইগাৰ” চিহ্নত যিকোনো ৰাজনৈতিক দলৰ লোকেও ভোট প্ৰদান কৰা এটা ভাল কথা হ'ব। ইয়াৰ ফলস্বৰূপ অহা দিনত পাছনৈ-চেৰফাং সমষ্টিয়ে অগ্ৰাধিকাৰ লাভ কৰিব — কিয়নো আজিকালি মানুহে কেৱল প্ৰতিবাদৰ ভাষাহে বুজি পায়।

08/07/2024

नाम है जियो , काम है मरो
पैसा भरभर के लियो और नेटवर्क घिस घिस के दियो।

Want your business to be the top-listed Media Company in Bongaigaon?
Click here to claim your Sponsored Listing.

Category

Website

Address


Hirimba Road
Bongaigaon
783380