All Assam Competitive Exam Preparation
01/06/2026
Reasoning MCQ Question...
01/06/2026
এই বছৰৰ অম্বুবাচী মহামেলা ২২ জুনৰ পৰা ২৬ জুনলৈকে অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰত অনুষ্ঠিত হ'ব।
২২ জুন ৰাতি ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচী পৰ্বৰ আনুষ্ঠানিক আৰম্ভণি হ'ব। এই সময়ৰ পৰাই পৰম্পৰা অনুসৰি মা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে সাময়িকভাৱে বন্ধ কৰি ৰখা হ'ব।
অম্বুবাচী মহামেলা হৈছে শক্তি উপাসনা আৰু তন্ত্ৰ সাধনাৰ এক অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ, য'ত দেশ-বিদেশৰ লাখ লাখ ভক্ত, সাধু-সন্ন্যাসী আৰু তন্ত্ৰসাধক একত্ৰিত হয়।
🙏🌺 Jai Maa Kamakhaya 🌺🙏
Want your business to be the top-listed Media Company in Bongaigaon?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Contact the business
Address
Dhaligaon
Bongaigaon
783385