Sayed Music

Sayed Music

Share

04/10/2023
29/07/2023

♥️

SL NO.45
Name-Moynal khandaler.
Vill-West Gumargaon. PO-Joypur pin- PS-Amguri State -Assam

ফটো প্ৰতিযোগিতা

" I love chirang " পেজটোৰ পৰা ফটো প্ৰতিযোগিতা আয়োজন কৰা হৈছে।

প্ৰতিযোগীয়ে - 093940 84979 হোৱাটচেপ নম্বৰত ফটোৰ লগতে নিজৰ ঠিকনা পঠিয়াই দিব।

এই প্ৰতিযোগিতাত বিজয়ী প্ৰাৰ্থীৰ কাৰণে থাকিব এক আকৰ্ষণীয় উপহাৰ।

প্ৰতিযোগিতাত মুঠ তিনিটা স্থান থাকিব!
প্ৰথম স্থান, দ্বিতীয় স্থান আৰু তৃতীয় স্থান।

প্ৰতিযোগিতাৰ নিয়মাৱলী‌সমূহ হ'ল....

১) এটা লাইক - ৫ নম্বৰ।
২)এটা কমেন্ট - ১০ নম্বৰ।
৩) এটা শ্বেয়াৰ - ১৫ নম্বৰ।
৪) পেজটো follow কৰাটো বাধ্যামূলক।

ফটো প্ৰেৰণৰ অন্তিম তাৰিখ ১৫ আগষ্ট ২০২৩

Note : এজন ব্যক্তিয়ে এবাৰহে শ্বেয়াৰ, কমেন্ট কৰিব পাৰিব।

Want your business to be the top-listed Media Company in Bongaigaon?
Click here to claim your Sponsored Listing.

Website

Address


Bongaigaon
Bongaigaon
783393