We Support Alok Basumatary

We Support Alok Basumatary

Share

01/12/2025

Congratulations All......

27/09/2025

কাইলৈ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অনুস্থানত মই চিৰাং জিলা,১৯ নং চিদলি চিৰাং (ST) বিধানসভা সমষ্টিৰ ১৩ নং চিৰাং মণ্ডল অন্তৰ্গত ২১৪ নং বুথত
উপস্থিত থাকিম ।

উক্ত অনুষ্ঠানত ৰাতিপুৱা ১১:০০ বজাত শ্ৰদ্ধেয় স্থানীয় নাগৰিক তথা দলীয় কাৰ্যকৰ্তাসকলৰ উপস্থিতি একান্তভাৱে কামনা কৰিলোঁ।


Himanta Biswa Sarma
BJP Assam Pradesh

24/09/2025

২০২০ চনত আলোক বসুমতাৰী ডাঙৰীয়াই বিজেপি হৈ আৰু সাইখাং (অমৰ) বসুমতাৰী ডাঙৰীয়াই বিপিএফ হৈ ১৩ নং চিৰাং পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছিল। সেই মৰ্মে এই বেলিও আলোক বসুমতাৰী ডাঙৰীয়াৰ সৈতে প্ৰতিদ্বন্দিতা হব বুলি সাইখাং (অমৰ) বসুমতাৰী ডাঙৰীয়াই এটা ধাৰণা কৰিছিল। কিন্তু অলোক বসুমতাৰী ডাঙৰীয়াই টিকট নোপোৱাত বিৰোধী দল (উ.পি.পি.এল)ৰ প্ৰাৰ্থী হৈও অমৰ বসুমতাৰী ডাঙৰীয়াই মানৱতাৰ খাতিৰত আলোক বসুমতাৰী ডাঙৰীয়াৰ খা-খবৰ লবলৈ তেখেতৰ বাসগৃহত উপস্থিত হৈছিল হি।

ধন্যবাদ মাননীয় মুখ্যমন্ত্রী Himanta Biswa Sarma ত এনে এক শান্তিপূর্ণ পৰিৱেশৰ দিয়াৰ বাবে।

BJP Assam Pradesh
BTR Bodoland

17/09/2025

সৃষ্টি আৰু নির্মাণৰ দেৱতা শ্ৰীশ্ৰী বিশ্বকর্মা পূজাৰ পৱিত্ৰ ক্ষণত সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

দেৱশিল্পী বিশ্বকৰ্মাৰ কৃপাত আমাৰ সকলোৰে জীৱনত প্ৰগতি, সমৃদ্ধি আৰু সুখৰ পথ প্ৰশস্ত হওক। বাবাৰ আশীৰ্বাদ শিৰত লৈ আমি সকলোৱে সমাজ আৰু দেশৰ কল্যাণৰ হকে অৰিহণা যোগাই যাওঁ আহক…

জয় বাবা বিশ্বকৰ্মা 🙏

Photos from We Support Alok Basumatary 's post 12/09/2025

13th MCLA Constituency Prominent Social Worker Shri Alok Basumatary handed over a set of jerseys and a football to Janakalyan Club of Kakragaon for a brighter future.

Want your public figure to be the top-listed Public Figure in Basugaon?
Click here to claim your Sponsored Listing.

Category

Website

Address


Basugaon
783372