Beki Express
📌 কলগাছিয়াবাসীৰ বাবে সুখবৰ।
📌 কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ’ল পানীৰ লৌহ পদাৰ্থ নিষ্কাষণ আৰু ভূগৰ্ভস্থ জলাশয় প্ৰকল্প।
📌 বৰপেটা জিলাৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাই আজি এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো ৰাইজৰ বাবে মুকলি কৰে।
05/06/2026
কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ সন্মুখত কৃত্ৰিম বানপানী।
২-৩ মাহৰ ভিতৰত নলা নিৰ্মাণৰ জড়িয়তে কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ আশ্বাস জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাৰ।
05/06/2026
কলগাছিয়াবাসীৰ বাবে এক সুখবৰ!
কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ’ল পানীৰ লৌহ পদাৰ্থ নিষ্কাষণ আৰু ভূগৰ্ভস্থ জলাশয় প্ৰকল্প।
বদৰপুৰৰ নাম সলনিক লৈ মদিনাৰ পৰা মৌলানা বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া।
Click here to claim your Sponsored Listing.
Category
Contact the business
Website
Address
Barpeta
781319