Howly Now

Howly Now

Share

08/06/2026

ৰাতি কালঝাৰ পৰা KTM বাইক হেৰুৱাই।
যদি কোনো সদাশয় ব্যক্তিয়ে যদি বাইকৰ সম্ভেদ লাভ কৰে এই নম্বৰত যোগাযোগ 7086582119 কৰিবলৈ অনুৰোধ জনাইছো।

08/06/2026

হাউলীৰ শ্ৰীৰামপুৰ গাঁৱৰ বোৱাৰী নিৰুদ্দেশ।
সাজিদা খাতুন নামৰ ৱোৱাৰী গৰাকীয়ে খন্দকাৰপাৰা বজাৰৰ পৰা নিৰুদ্দেশ হয়।

এই সন্দৰ্ভত হাউলী আৰক্ষী থানাত এজাহাৰ দাখিল স্বামীৰ।

কোনো লোকে যদি বোৱাৰী গৰাকীৰ সম্ভেদ লাভ কৰে এই নম্বৰত 8011454429 যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

06/06/2026

আপোনাৰ ই-ৰিক্সাৰ পৰা বেটাৰী চুৰি হৈছে নেকি ? হাউলীত একেলগে জব্দ ৮২৫টা চোৰাং বেটাৰী । পলাতক মাষ্টাৰমাইণ্ড আজাহাৰ উদ্দিনক বিচাৰি আৰক্ষীৰ অভিযান

06/06/2026

হাউলীত বৃহত বেটাৰী চুৰি চক্ৰ উৎখাত।

৮২৫ টা চোৰাং বেটাৰী জব্দ কৰে হাউলী আৰক্ষীয়ে।

হাউলীৰ যশীহাটী পাৰাৰ পৰা আৰক্ষীয়ে জব্দ কৰে এই চোৰাং বেটাৰী সমুহ।

UP 38 AT 4717 নম্বৰৰ ট্ৰাকেৰে চোৰাং বেটাৰী সমুহ উত্তৰ প্ৰদেশলৈ লৈ যোৱাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে বেটাৰী খিনি।

06/06/2026

আজি দিল্লীৰ যন্তৰ-মন্তৰত কোকৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ। NEETসহ বিভিন্ন পৰীক্ষাত চলা অনিয়মক লৈ প্ৰতিবাদ সাব্যস্ত। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কোকৰোচ পাৰ্টিৰ। সহস্ৰাধিক ছাত্ৰী-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে প্ৰতিবাদত। যন্তৰ-মন্তৰত ব্যাপক হাৰত আৰক্ষী মোতায়েন। কোকৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকেৰ নেতৃত্বত প্ৰতিবাদ। প্ৰতিবাদত অংশগ্ৰহণ লাডাখৰ সমাজকৰ্মী সোনম ৱাংছুকৰ।

04/06/2026

কলগাছিয়াৰ আমগুৰিত ব*জ্ৰ*পাতত ২জন যুৱকৰ মৃ*ত্যু।

03/06/2026

হাউলী আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী হাবিবুল হাছান

হাউলী আৰক্ষীয়ে অভিযান চলাই গলিয়াৰ নিজ ঘৰ পৰা আটক কৰে ধৃত চাইবাৰ অপৰাধী গৰাকীক
ধৃত চাইবাৰ অপৰাধী গৰাকী আৰমান হুছেইনৰ পুত্ৰ হাবিবুল হুছেইন
উদ্ধাৰ 21 খন ATM কাৰ্ড সহ এটা মোবাইল ফোন

03/06/2026

অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ বিয়োগ

01/06/2026

ছাত্ৰ নেতা মাধুৰ্য্য বৰ্মনৰ হ/ত্যা/কাৰী ৰোজ আলীৰ জা/না/জা নকৰে গাঁ‌ওবাসীয়ে !

Want your business to be the top-listed Media Company in Barpeta?
Click here to claim your Sponsored Listing.

Website

Address


Howly Town
Barpeta
781316