Baharul Islam Rana

Baharul Islam Rana

Share

25/06/2024
09/04/2024

"ঈদুল ফিতৰেৰ নামাজ পঢ়াৰ নিয়ম "

(পাৰিলে সকলোৱে share কৰি দিব)

কোনো এজন বন্ধুৱে লিখি upload দিছিল , বহুতেই নাজানে এই নামাজত কেতিয়া কেনেকৈ অতিৰিক্ত তাকবিৰ দিব লাগে , এই লিখাটো অলপ মন দি চালেই inshallah শুদ্ধ কৈ ঈদুল ফিতৰ ৰ নামাজ আদায় কৰিব পাৰিব ।

14/03/2024

প্রশ্ন- কবি কেই প্রকাৰৰ আৰু কি কি?
উত্তৰ- কবি মূলতঃ তিনি প্ৰকাৰৰ।
১. যিবোৰ কবিয়ে full time কবিতা লিখে তেওঁলোকক ফুল (Full) কবি বোলে।
২. যিবোৰ কবিয়ে কেৱল বন্ধৰ দিনত কবিতা লিখে তেওঁলোকক বন্ধা কবি বোলে।
৩. যিবোৰ কবিয়ে আগতে কবিতা লিখিছিল কিন্তু আজিকালি নিলিখে তেওঁলোকক Old কবি বা ওলকবি বোলে।

Want your business to be the top-listed Computer & Electronics Service in Barpeta?
Click here to claim your Sponsored Listing.

Category

Website

Address


Barpeta