Sayedul Islam Multimedia
20/06/2026
👉জীৱনটো ইমানেই চুটি যে বিৰক্ত বা অৱসাদগ্ৰস্ত হ'বলৈ জীৱনত কোনো সুৰুঙাই নাই ।
= নীতসে ।
👉খং য়েতিয়া উঠে , তেতিয়া সদায় ফলাফললৈ মনত ৰাখিব ।
= কনুফুচিয়াছ ।
👉শিকোৱাতো হ'ল শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য ।
= বিছপ মেণ্ডেল ক্ৰিটন ।
👉 সদায়ে মনত ৰাখিব - হাঁহিলে যিকেইটা দাঁত ওলায় , সেইকেইতা গালি পাৰিলেও ওলায় ।
= পশ্চিম আফ্ৰিকাৰ প্ৰবচন ।
19/06/2026
খহনীয়াৰ আৰ্তনাদ...
যিয়ে দেখা নাই গৰাখহনীয়া
শুনা নাই তেওঁলোকৰ কৰুণ গল্প
তেওঁলোকক আকাশ আনি দিলেও ক'ব
তৰা ইমান কিয় অল্প?
জাগা চৰবাসীৰ নৱ প্ৰজন্ম জাগা
হাতত নথিপত্ৰ লৈ
কাৰ কাৰ ঘৰ গ'ল,মাটি গ'ল
গল পশুধন
বৰ লুইতৰ কৰাল গ্ৰাসত
ওলাই আহা
বিচাৰ দিমগৈ দিশপুৰত।
ৰহিম, আশ্ৰাফুল, শ্বেৰমান, আমীৰ হামজা
তোমালোক জাগ্ৰতনে?
জনপ্ৰতিনিধি হৈ হাতসাবটি বহি নাথাকিবা
চৰ চাপৰিৰ ৰোড মেপ বনাই
খাস মাটি,উছন হোৱা ঘৰৰ খতিয়ান লোৱা
অতবছৰে চৰকাৰে নকৰা কাম
বাধ্য কৰাব লাগিব আমি
মাটিৰ পট্টা দিয়া আৰু
NRCক দলিল কৰিবলৈ।
জাগা চৰবাসী জাগা
হাতত হাতত কাগজ-কলম লৈ
দেখক বিশ্ববাসীয়ে
চৰবাসীৰ
শৌৰ্য ,বীৰ্য আৰু পৰাক্ৰম।
# আব্দুলকাদিৰ
#কদমতলাচৰ
জাবাৰ কালে গেলি পাখি
18/06/2026
Good morning everyone
Click here to claim your Sponsored Listing.
Contact the establishment
Telephone
Website
Address
Vill-Chaysimana N. C P. O. Kadamtala. Dist-Barpeta(Assam). Pin
Barpeta
781308