24Axom24live

24Axom24live

Share

09/09/2022

কলগাছিয়াৰ নৱজ্যোতি কলেজৰ ছাত্ৰ পথ দুৰ্ঘটনাত থিতাতে নিহত।
নিহত ছাত্ৰজন বঙাইগাঁও জিলাৰ মাত্ৰাঘোলাৰ মোচাৰফ কৰিম।
বি এ পঞ্চম সন্মাষিকৰ মেধাবী ছাত্ৰজনৰ অকাল মৃত্যুত কলেজৰ লগতে অঞ্চলব্যাপী শোকৰ ছাঁ।

Want your business to be the top-listed Media Company in Barpeta?
Click here to claim your Sponsored Listing.

Website

Address


Medhirtary
Barpeta
781314