Ganesh Gogoi Rohaniyan
জোনাইত খহি পৰিল ৰেলৱে দলং, ৰেল চলাচল বন্ধ!
-----------------------------------------------------
ধাৰাবাহিক ধাৰাসাৰ বৰষুণ আৰু চিমেন নদীৰ বাঢ়নী পানীৰ তীব্ৰ সোঁতত চিমেন নদীৰ ওপৰৰ ৰেলৱে দলঙৰ এটা খুঁটা খহি পৰিছে। নিৰাপত্তাৰ স্বাৰ্থত ৰেল বিভাগে আৰ্চিপথাৰ আৰু চিমেন চাপৰি ষ্টেচনৰ মাজত ৰেল চলাচল সম্পূৰ্ণ বন্ধ কৰি দিছে।
মুখ্য আপডেট:
●মূৰ্কংচেলেক আৰু চিলাপথাৰ পথত সকলো ৰেল সেৱা ব্যাহত।
●কোনো যাত্ৰী বা ৰেলৰ ক্ষতি হোৱা নাই, সকলো সুৰক্ষিত আছে।
●যাত্ৰীৰ বাবে ধেমাজি, চিলাপথাৰ আৰু মূৰ্কংচেলেক ষ্টেচনত হেল্প ডেস্ক আৰু বাছৰ ব্যৱস্থা কৰা হৈছে।
●ৰেল বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে, পানী কমিলেই মেৰামতিৰ কাম আৰম্ভ হ’ব।
পৰিস্থিতিৰ লাইভ দৃশ্য চাওক ভিডিঅ’টোত। অধিক আপডেটৰ বাবে পেজটো শ্বেয়াৰ আৰু ফলো কৰক।
চুনচুনী ডিব্ৰুগড় পৰা ঘৰলৈ নাযায় , ঘৰলৈ যোৱা বোলে বন্ধ!❤️✨