Sahi Information
24/05/2026
"যদি জুবিন গার্গে ন্যায় নাপায়, তেনেহ'লে ন্যায় শব্দটো অভিধান আৰু ন্যায় ব্যৱস্থাৰ পৰা আতৰাই দিয়াই ভাল”
নগাঁৱত আবেগিক হৈ গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য।
23/05/2026
সপোনৰ শিক্ষকৰ চাকৰিটো লাভ কৰিছিলহে মাত্র!
হাতত নিযুক্তি পত্ৰ লৈ, মুখত হাঁহি লৈ ঘৰলৈ উভতি আহিছিল। সকলোৰে সপোন পূৰণ হোৱাৰ আনন্দত ভৰি আছিল তেওঁৰ হৃদয়।
কিন্তু... ভাগ্য নিৰ্মম।
ঘৰৰ দুৱাৰত উপস্থিত হোৱাৰ আগতেই এটা দুৰ্ঘটনাই তেওঁক সকলোৰ পৰা কাঢ়ি নিলে।
এজন যুৱকৰ অসমাপ্ত সপোন, এটা পৰিয়ালৰ ভাঙি পৰা স্বপ্ন। 💔
দীপজ্যোতি, তোমাৰ আত্মাই শান্তি পাওক।
যিটো চাকৰি তুমি পাইছিলা, সেইটোৰ দৰে তোমাৰ স্মৃতিও সকলোৰ হৃদয়ত চিৰকাললৈকে শিক্ষক হৈ ৰাখক। 🕊️