Poresh rava
25/02/2026
তুমি সফল নহ'লে,
কোনেও নুশুনে তোমাৰ ।
ব্যৰ্থতাৰ কাহিনী।।
12/02/2026
আজি ১২ ফ্ৰেব্ৰুৱাৰী, ২০২৬, বৃহস্পতিবাৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ আন্তৰিক সহযোগত গাম্ভীৰ্যপূৰ্ণ আৰু উৎসাহেৰে উদযাপন কৰা হয়। এই পৱিত্ৰ দিনটোত সংগঠনটোৰ গৌৰৱময় ইতিহাস, ত্যাগ আৰু আদৰ্শ স্মৰণ কৰি আগন্তুক দিনসমূহত জাতি-সমাজৰ কল্যাণৰ বাবে একতাবদ্ধ হৈ আগবাঢ়াৰ সংকল্প লোৱা হয়।
ARSU LONG LIVE ✌️
11/02/2026
এক শৰণ ভাগৱতী সমাজ ওদালগুৰি জিলাৰ অধিবেশনৰ কিছু অংশ।
06/02/2026
আত্মগোপন কালত বিষ্ণু ৰাভাৰ ঠিকনা সুধিবলৈ কুলচীৰ নিকটস্থ ঘোঁৰামাৰা গাঁও নিবাসী গাজী (প্ৰতাপ) ৰাভাক বেলতলা থানালৈ নি ল'ক-আপত ৰাখিছিল l তাতে তেখেতে জিভা উলিয়াই থুতৰি হাতেৰে চেপি জিভা চিঙি লৈছিল, যাতে পুলিচৰ শাস্তিৰ যন্ত্ৰণাত বিষ্ণু ৰাভাৰ ঠিকনা প্ৰকাশ নাপায় l
ছবিত পূৰ্ণিমা পালে সেই মুহূৰ্ত্তক প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে l
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Website
Address
Udalguri