Dulumani Deka
05/04/2025
টংলা উচ্চ মাধ্যমিক বিদ্যালয়ত বি পি এফ দলৰ বিধায়ক মাননীয় শ্ৰী যুত দূৰ্গা দাস বড়ো ডাঙৰীয়া দেৱৰ লগত এখনি ৰাইজ মেলত উপস্থিত থকা মূহুৰ্ত।
14/01/2025
বি পি এফ দলৰ সকলো কৰ্মকৰ্তা লৈ মোৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
31/12/2024
সমুহ ৰাইজলৈ মোৰ ফালৰ পৰা নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
16/12/2023
যোৱা কালি মোৰ গাঁৱত বিয়াত উঠা কেইখনমান আলোক চিত্ৰ সাছী ৰাখিলোঁ। আজি কালি কোনো গাওঁতে ৰূপ সজ্জা, আলোক সজ্জাত পিছ পৰি থকা নাই। মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ কথা কবয় নালাগে চালে চকু ৰোৱা। দ্বীগজ নদীৰ মৰা সুঁতিৰ পাৰতে আমাৰ গাও। সৰুতে কিমান যে বনৰীয়া মাছ মা হতৰ লগত ধৰি খাইছিলো আজিও মনত পৰে। সাল, সৌল, শিঙি,মাগুৰ,খাৱৈ,কত যে কিমান।
Click here to claim your Sponsored Listing.