Inside Asom

Inside Asom

Share

19/10/2025

•আমগুৰিত লুইত কণ্ঠ জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

Photos from Inside Asom's post 13/10/2025

•যোৱাকালি আমগুৰিৰ জালুক গাও‌ঁ গাওঁৰক্ষী বাহিনীৰ উদ্যোগত প্ৰকৃতি প্ৰেমী মহান সংগীত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত গাওঁখনৰ ৬১ নং ৰাষ্ট্ৰীয় পথৰ পৰা ঐতিহাসিক জৰাবাৰী সত্ৰ সংযোগী পথৰ লগতে গাওঁখনৰ আটাইকেইটা পথতে এক "বৃক্ষ-ৰোপন"ৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে গাওঁখনৰ প্ৰতিগৰাকী ব্যক্তিকে একোটাকৈ গছপুলি প্ৰদান কৰে । অনুষ্ঠানটিত আমগুৰিৰ প্ৰাক্তন খণ্ড বন বিষয়া প্ৰমুখ্যে বহুকেইজন জেষ্ঠ তথা নিমন্ত্ৰিত ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।।।

04/03/2025

সতীৰ সয়ম্বৰ || দক্ষ যজ্ঞ ভাওনা || Dakhya Jagya || Vauna

Want your public figure to be the top-listed Public Figure in Sibsagar?
Click here to claim your Sponsored Listing.

Category

Website

Address

NH61, Amguri Town
Sibsagar