Debasish Mixer Assamese

Debasish Mixer Assamese

Share

21/05/2026

কলৈকোঁ নাযাব কান্দি নাথাকিবা😭

20/05/2026

সেৱা দহন কৰা চৰণে ধৰিছোঁ
সেৱা দহন কৰা কাকুতি কৰিছোঁ মই,


#সদৌ_অসম_নাগাৰা_নাম_সংঘ

27/04/2026

সদৌ কামৰূপ জিলাৰ নাগাৰা নাম সংঘৰ এখন শক্তিশালী সমিতি গঠন কৰা হল সভাপতি সন্মানীয় প্ৰভাত লহকৰ আৰু সম্পাদক সন্মানীয় প্ৰণৱ মেধি
#সদৌ_অসম_নাগাৰা_নাম_সংঘ


Pranab Medhi Pathak

24/04/2026

বলোৰাম ডেকাৰ দুৰ্দান্ত কণ্ঠত,,,🥰💝💝
#সদৌ_অসম_নাগাৰা_নাম_সংঘ

24/04/2026
01/04/2026

নাগাৰা নামৰ জনপ্ৰিয় পাঠক ত্ৰৈলোক্য ডেকাৰ কণ্ঠত নাগাৰা নাম ৰূপত ,,,
ভাইৰেল দিহা আহক উপভোগ কৰোঁ কৃষ্ণ কৃষ্ণ 🙏।
#জুবিন দাৰ গীত🥰
মই নথকাৰ অনুভৱ
যিদিনা হ'ব তোমাৰ
সিদিনা অশ্ৰু নিগৰিবনে কোৱা!
মোৰ কবিতাৰ চন্দ গানৰ সুৰ
বুজিবা তুমি সেইদিনা।
যিদিনা মই নাথাকিম জানা
তোমাৰ প্ৰিয় গীত গাবলে।
যিদিনা মই নাথাকিম জানা
তোমাৰ প্ৰিয় গীত গাবলে।
যোগোযোগ 99570 33247

#সদৌ_অসম_নাগাৰা_নাম_সংঘ

03/03/2026

যুৱ প্ৰজন্মৰ উদীয়মান পাঠক কংকন দাসৰ দুৰ্দান্ত কণ্ঠত,, আই মই যাবলৈ ওলালোঁ 🙏🙏

18/02/2026

ৰামচৰণ ভৰালী দেৱৰ কিছু কথা আপোনালোকৰ মাজলৈ এৰি দিলোঁ,, আজি গেলি নাম চাব আহিব ভয় লগা হ'ল কিয়।🥰😭😭😭


#নাগাৰানাম

17/02/2026

সুতপুত্ৰ নহায় তুমি কৰ্ণ, ভাইৰেল দিহা।কি সুন্দৰ দিহা শুনিলে শুনি থাকিব মন, ঘগ্ৰাপাৰ সঠামৌ গাঁৱত শিৱ পুজা উপলক্ষে বলোৰাম ডেকাৰ দুৰ্দান্ত কণ্ঠত ৰাইজ আৱেগিক।। কৃষ্ণ কৃষ্ণ 🙏🙏

11/02/2026

জনপ্ৰিয় মহিলা পাঠক কুসুম দেৱীৰ বাস ভবনত সন্ধিয়া পৰত উপস্থিত হৈ কিছু সময় পাৰ কৰিলোঁ, খুব ভাল লাগিল।।

Want your public figure to be the top-listed Public Figure in Nalbari?
Click here to claim your Sponsored Listing.

Category

Website

Address

Nalbari