History PageBook Foundation
26/02/2023
History PageBook Foundation ৰ অন্তৰ্ভুক্ত STUDIA ACADEMY Senior secondary school ৰ উদ্যোগত আমি আৰম্ভ কৰিছোঁ নতুন পৰিকল্পনাৰে Play School, Class I, Class VI, Class IX আৰু Class XI (Arts & Science). আমাৰ এইবাৰৰ বিশেষ আকৰ্ষণ হ'ব সৈনিক স্কুল গোৱালপাৰা আৰু নৱোদয় বিদ্যালয়ত প্ৰবেশিকা পৰীক্ষাৰ যোগেৰে নামভৰ্তিত প্ৰধান্য । নামভৰ্তিৰ বাবে যোগাযোগ কৰক আমাৰ বেনাৰত দিয়া ফোন নম্বৰ সমূহত । ধন্যবাদ
28/10/2022
STUDIA ACADEMY Senior secondary school ৰ নৱাগত আদৰনী সভা-২০২২ ত, সপোন সপোন যেন অনুভৱ হোৱা কাহিনী বাস্তৱ হ'ল, হঠাৎ যেন নীলিম দাক কাষতে পাই "বন্ধু"ৰ গীতেৰে সকলো মুগ্ধ হ'ল । তেওঁৰ বন্ধুত্ব আমাৰ একাডেমীৰ পৰিয়ালৰ লগত চিৰ যুগমীয়া হৈ ৰল ।
19/09/2022
নিয়তিৰ সন্মুখত অৱশেষত হাৰ মানি আমাৰ সকলোৰে অতি মৰমৰ বিপ্লৱ দা বিশিষ্ট চলচ্চিত্ৰকাৰ, ছবি পৰিচালক, STUDIA ACADEMY Senior secondary school, Goalpara ৰ প্ৰতিষ্ঠাপক তথা পৰিচালনা সমিতিৰ সদস্য আৰু "Consumer Rights Organization" ৰ সভাপতি উত্তৰ পূৰ্বাঞ্চল প্ৰান্ত: আজি সন্ধিয়া প্ৰায় ৭.৪৫ বজাত উচ্চ ৰক্তচাপ ৰোগত প্ৰায় ডেৰমাহ যন্ত্ৰনা ভূগী আজি চিৰবিদায় লয় । তেওঁৰ বিদেশী আত্মাই চিৰশান্তি লাভ কৰক। আমিন ।
08/09/2022
ভগৱান শ্ৰী কৃষ্ণৰ জন্ম ইতিহাস
আজিৰ দিনটোৰ ঐতিহাসিক ঘটনাবোৰ
16Aug, 2022
Click here to claim your Sponsored Listing.
Category
Contact the school
Telephone
Website
Address
Nagar
783101
Opening Hours
| Monday | 9am - 5pm |
| Tuesday | 9am - 5pm |
| Wednesday | 9am - 5pm |
| Thursday | 9am - 5pm |
| Friday | 9am - 5pm |
| Saturday | 9am - 5pm |