Rajib Short Fun
17/04/2026
12/14 Fut room finished only 20000 (thousand rupees)
ছাগল চুৰ √ sagol sur!
#এইবাৰ আমি 2ndstepত আহোঁ। #দি Justice লিখিলেই 1.3 M ত ZARA বুলি আহে এই Qairina মালেছিয়াৰ এগৰাকী ১৩ বছৰীয়া ছাত্ৰী আছিল যিয়েই নিজৰ বিদ্যালয় হোষ্টেলৰ তৃতীয় মহলাৰ পৰা পৰি অস্বাভাৱিক মৃত্যু বৰণ কৰিলে ১৭ জুলাই ২০২৫ তাৰিখে যিটো পৰিয়াল আৰু কোনেও মানি নললে আৰু এক গণ আন্দোলনৰ সৃষ্টি হৈ আছে সমগ্ৰ বিশ্বত । এতিয়া যাৰাৰ নাম ললেই বিশ্বই ক্ষোভত ছিঞৰি উঠে জাষ্টিচ ফৰ যাৰা । বিশ্বৰ সকলো মিডিয়াই এতিয়া ক'ভাৰ কৰিছে টপিকতো। গতিকে সকলোৱে বুজি পাইছেই যে আমাৰো লক্ষ্য 1.3 M ত কৈও বেছি হওঁক বা হব লাগে যাতে গোটেই বিশ্বই এই বিষয়ে জানে। জুবিনদাৰ মনটো এখন খোলা সকলোৱে পঢ়িব পৰা সহজ সৰল কিতাপ আছিল জীৱনতো ৰাজহুৱা আছিল কিন্তু মৃত্যুৰ পিচত কিয় ইমান ৰহস্য আৰু জটিলতাৰ সৃষ্টি হ'ল। কি হৈছিল সকলোৱে জানিবলৈ বিচাৰে । দল সংগঠন জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে একে মুখে সেয়াই কৈছে সেয়াই বিচাৰিছে। এই কথাবোৰ বিশ্বৰ সকলো মিডিয়াৰ প্লেটফৰ্মত আলোচনা হওঁক তাৰ বাবেই লাগে ট্ৰেণ্ডিঙত প্ৰথম স্থানত আহক। #টাইপ কৰি Justice লিখিলেই প্ৰথম জুবিনগাৰ্গ নামটো আহি পৰক আৰু বিশ্ববাসীয়েও জানিবলৈ উৎসুক হৈ পৰক। ©পাপৰি বৰা
Papori Borah
da #জুবিন দা
Click here to claim your Sponsored Listing.
Category
Contact the business
Address
Nagaon
782002