HIGH FIVE Restobar

HIGH FIVE Restobar

Share

মৰিগাঁও জিলাত বানৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে কেতবোৰ প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰা বুলি লাভ কৰা অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি পিয়াজৰ অত্যধিক মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলা প্ৰশাসনে মৰিগাঁও, জাগীৰোড, মৈৰাবাৰী আৰু লাহৰীঘাটত কেইটামান বিক্ৰী কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। এই কেন্দ্ৰসমূহত প্ৰতিজন নাগৰিকে দুদিনত এবাৰ এক কিলোগ্ৰাম পিয়াজ ৩৫ টকা দৰত ক্ৰয় কৰিব পাৰিব। কাইলৈৰ পৰা এসপ্তাহৰ বাবে এই সেৱা অব্যাহত থাকিব। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সকলোকে নিজৰ প্ৰয়োজন অনুসৰিহে পিয়াজ ক্ৰয় কৰিবলৈ আহ্বান জনাইছে যাতে সকলোৱে এই সুবিধা লাভ কৰিব পাৰে।

#FloodAlert #flood #flooding2024 #morigaon_district #morigaon #FloodBulletinMorigaon #disasterpreparedness #DisasterRelief #DisasterResponse #DisasterManagement  #WaterLevel #RiversOfAssam

CMO Assam Himanta Biswa Sarma Pijush Hazarika Assam State Disaster Management Authority-ASDMA Directorate of Information and Public Relations, Assam Janasanyog Morigaon 03/07/2024

মৰিগাঁও জিলাত বানৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে কেতবোৰ প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰা বুলি লাভ কৰা অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি পিয়াজৰ অত্যধিক মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলা প্ৰশাসনে মৰিগাঁও, জাগীৰোড, মৈৰাবাৰী আৰু লাহৰীঘাটত কেইটামান বিক্ৰী কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। এই কেন্দ্ৰসমূহত প্ৰতিজন নাগৰিকে দুদিনত এবাৰ এক কিলোগ্ৰাম পিয়াজ ৩৫ টকা দৰত ক্ৰয় কৰিব পাৰিব। কাইলৈৰ পৰা এসপ্তাহৰ বাবে এই সেৱা অব্যাহত থাকিব। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সকলোকে নিজৰ প্ৰয়োজন অনুসৰিহে পিয়াজ ক্ৰয় কৰিবলৈ আহ্বান জনাইছে যাতে সকলোৱে এই সুবিধা লাভ কৰিব পাৰে। #FloodAlert #flood #flooding2024 #morigaon_district #morigaon #FloodBulletinMorigaon #disasterpreparedness #DisasterRelief #DisasterResponse #DisasterManagement #WaterLevel #RiversOfAssam CMO Assam Himanta Biswa Sarma Pijush Hazarika Assam State Disaster Management Authority-ASDMA Directorate of Information and Public Relations, Assam Janasanyog Morigaon

06/06/2024

🚩
Need Service Persons at High Five Restobar, Morigaon.. Interested can contact at 📞 7002536805

Want your restaurant to be the top-listed Restaurant in Morigaon?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address

Morigaon
782105

Opening Hours

Monday 11am - 10pm
Tuesday 11am - 10pm
Wednesday 11am - 10pm
Thursday 11am - 10pm
Friday 11am - 10pm
Saturday 11am - 10pm
Sunday 11am - 10pm