Ankur Chetia
07/07/2026
আজিকালি আপুনি মানুহৰ মাজত থাকিও মানুহৰ লগত নাই। আপোনাৰ মনত কথা বহুত আছে কিন্তু কথা শুনাৰ মানুহৰ অভাৱ! যান্ত্ৰিক পৃথিৱীত সকলোৰে ব্যস্ততা, নে ব্যস্ততাৰ অভিনয়! সময় সলনি হৈছে, পৃথিৱী সলনি হৈছে...মানুহৰ দিনক দিনে কথা শুনাৰ প্ৰবৃত্তি নাইকীয়া হৈছে...সময়বোৰ সঁচাই সলনি হৈছে...এই যান্ত্ৰিক পৃথিৱীত যদি আপুনি কোনো এনে মানুহ লগ পাইছে, মানুহজন যিয়েই নহওক আপোনাৰ বন্ধু, দাদা, বাইদেউ.... তেন্তে আপুনিও শুনক তেওঁৰ কথা...অলপ সময় দিয়ক বাস্তৱিক পৃথিৱীত...কাৰণ আজি সকলো যন্ত্ৰতে ব্যস্ত...কাৰণ সলনি হৈছে সময়, সলনি হৈছে মানুহৰ জীৱনশৈলী....
07/07/2026
নলবাৰীৰ সুশান্ত কলিতাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে প্ৰাণৰ শিল্পীগৰাকী...The Last King
10/06/2026
মা কামাখ্যা ধামত...মায়ে মাতিলেহে মাৰ কাষলৈ যাব পাৰি বুলি বিশ্বাস...হয়টো আজি মোক মাতিছিল...জয় মা কামাখ্যা...
Click here to claim your Sponsored Listing.