Naba BJP
28/12/2025
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াক পবিত্ৰ অসমভূমিলৈ আন্তৰিক স্বাগতম জনাইছোঁ 💐🙏
25/12/2025
মহান যুগজয়ী ব্যক্তি তথা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ🙏🙏🙏
16/12/2025
দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চলিত মাহৰ ২০ ডিচেম্বৰ তাৰিখে গুৱাহাটী বৰঝাৰ স্হিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰাৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি মুকলি কৰিব৷ সেই উপলক্ষে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে।
উক্ত সভাখনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী বিধায়ক সকলৰ লগতে পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সন্মানীয় সদস্য শ্ৰীযুত হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া ই অংশগ্ৰহণ কৰে।
02/12/2025
ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেট স্বাস্থ্য মন্ত্ৰী শ্ৰী যুত জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া লৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো 💐💐
29/11/2025
মাত্ৰ তেৰ বছৰ বয়সতে হাতত কলম তুলি লোৱা প্ৰতিবাদী - নাৰীবাদী লেখিকা, মহিয়সী নাৰী, জ্ঞানপীঠ বঁটাৰে সন্মানীত ডঃ মামণি ৰয়ছম গোস্বামী অসমৰ সাহিত্য জগতৰ এক যুগজয়ী নাম।
বৰেণ্য অসমীয়া ডঃ মামণি ৰয়ছম গোস্বামীৰ মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।🙏🙏🙏
25/11/2025
জয় শ্ৰীৰাম 🚩
দিব্য জ্যোতিৰে দীপ্তিমান অযোধ্যাৰ প্ৰভু শ্ৰীৰামৰ মন্দিৰ...
24/11/2025
অসম হ'ব দেশৰ নতুন শক্তি কেন্দ্ৰ : বিজেপি চৰকাৰৰ দূৰদৰ্শী ঔদ্যোগিক নীতিৰ ফলস্বৰূপে এতিয়া প্ৰযুক্তি-বিদ্যাৰ ক্ষেত্ৰত নতুন গতিৰে আগবাঢ়িছে। এয়া আমাৰ নতুন অসম।
বিজেপিক সমৰ্থন কৰাটো মোৰ বাবে ৰাজনীতি নহয় কিয়নো আমাৰ পৰম্পুজ্য ভাগৱত গীতাত লিখা আছে, আপুনি সেইজনক সমৰ্থন কৰক যিজনে ৰাষ্ট্ৰ আৰু ধৰ্ম ৰক্ষাৰ্থে কাম কৰে ।।।
Jai shree Ram
BJP Jindabad
Jai Hind
Jai i axom
Narendra Modi
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
Click here to claim your Sponsored Listing.