AV News
09/06/2026
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ কানাইমাৰা গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এটা মহৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
09/06/2026
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাজিৰহাট বজাৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত দুখন দোকান সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হোৱাৰ লগতে আন তিনিখন দোকান আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়। ঘটনাত প্ৰায় ৫০ লক্ষাধিক টকাৰ ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে।
Want your business to be the top-listed Media Company in Mankachar?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
Hazirhat . Dist . . . . Sauth Salmara Mankachar
Mankachar
783128
Mankachar
783128