GolaP G.H ReeL

GolaP G.H ReeL

Share

11/03/2025

দৰং জিলা ভকতপাৰা গাঁওৰ চিলাবন্দা চকত আজি বগালি লৰাই দুটা খাৰূপেটিয়াৰ F**k phone pay দি cyber crime কৰি থকা অৱস্থাতে ধৰা পৰিল ।
আপোনালোকে সকলোয়ে যাতে সচেতন হয় এনেকুৱা মানুহৰ পৰা ।
এনেকুৱা আৰু বহুত মানুহ আছে নিশ্চয় ।
লৰা দুজনৰ নাম আছিল ৰাজ চক্ৰৱৰ্তী আৰু দীপক ।
আৰু মাৰি থকা মানুহ জন লৰা দুজনৰ জেঠা লাগে। তেওঁ নিজে gurdian হয় লই গল।

Want your establishment to be the top-listed Arts & Entertainment in Mangaldai?
Click here to claim your Sponsored Listing.

Category

Website

Address

Latakhat
Mangaldai
784146