Popi Das
সদৌ অসম মাজুলী কবি সন্মিলনৰ “চোতাল” অনুষ্ঠানটিত উপস্থিত থাকিব পাই ধন্য হলো৷মাজুলী জিলা কবি সন্মিলনৰ সকলো কবিকে ধন্যবাদ আৰু কৃতজ্ঞতা ইমান সুন্দৰ এটা অনুস্থানত মোকো সহমত কৰা বাবে। ব্যক্তিগত কাৰণত যাবলে অলপ অসুবিধা হৈছিল যদিও, তাতে বন্ধবাৰ তাতে আকৌ কবিতা অনুস্থান তাতে আকৌ জেষ্ঠ সকলৰ নিমন্ত্ৰন নগৈ পাৰো নে। তাতে আমাৰ অসমীয়াত কথা এষাৰ আছে নহয় মাতিলে ৰণলৈ যাবা নামাতিলে ভুজলৈ ও নাযাবা। আপোনালোকৰ মৰম আতিথ্যত সদায় সহযোগ কৰিম। মই কবি নহও কিন্তু কবিতা আৰু কবি সকলক আত্মাৰ পৰা ভাল পাওঁ৷
05/03/2025
সূৰ্য্যৰ অস্ত কাৰোবাৰ বাবে সমাপ্তি হ'ব পাৰে 🍃, কিন্তু কাৰোবাৰ বাবে পুনৰ মিলনৰ প্ৰতীক্ষাও হ'ব পাৰে 😌💌।
আঁউসীৰ আকাশ কাৰোবাৰ বাবে বিষাদময় হ'ব পাৰে 💔🥀, কিন্তু কাৰোবাৰ বাবে জোন অহাৰ প্ৰতিশ্ৰুতিও হ'ব পাৰে 🌝💗!!
#সৰাফুল🥀🍂
Click here to claim your Sponsored Listing.