DKBfact

DKBfact

Share

11/06/2026

এ পি এছ চিতে এই অৱস্থা।
৭৮টা পদৰ বাবে আবেদনকাৰী ৪১,৬৯৫ গৰাকী। ২০২৫ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পদ অনুসৰি আবেদনকাৰীৰ সংখ্যাই উদঙাইছে শিক্ষিত নিবনুৱাৰ অৱস্থা..

11/06/2026

আজিৰ পৰা ইতিহাসৰ সৰ্ববৃহৎ বিশ্বকাপ ফুটবল। ৩৯ দিন, ৩ দেশৰ ১৬ ৰণাংগন, ৪৮ দলৰ ১০৪ খন মেচ। উদ্বোধনী মেচত মেক্সিকোৰ সন্মুখত দ: আফ্ৰিকা।
ঐতিহাসিক আজটেক ষ্টেডিয়ামত উদ্বোধনী অনুষ্ঠান।

10/06/2026

এই ফটোখন দেখিলেই মনত পৰা কথাবোৰ আৰু এতিয়াৰ ফাঁকিবোৰ একেই....

10/06/2026

তৃণমূল কংগ্ৰেছক বিপদে লগ দিয়াৰ সময়তে ৰাজ্য সভাৰ সদস্য পদ ত্যাগ কৰি দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষত বৰাকৰ তথাকথিত অগ্নি কন্যা সুস্মিতা দেৱ...
ইহঁত সকলো পলৰীয়া..

Want your public figure to be the top-listed Public Figure in Guwahati?
Click here to claim your Sponsored Listing.

Category

Telephone

Address

Guwahati