Bikram Rajkhowa
24/12/2025
প্ৰতিভাবান সংগীতজ্ঞ ৰিতুপবন কটকীৰ সংগীত আৰু ৰচনাৰে তথা আমাৰ মৰমৰ দৰদী কণ্ঠ শিল্পী ৰূপম ভূঞাৰ কণ্ঠৰ লগতে মোৰ আৰু অপৰ্ণাৰ অভিনয়ৰে এটি ভিডিঅ গীত আপোনালোকৰ বাবে ইউটিউবত উপলব্ধ কৰা হৈছে।আশা কৰিছো আপোনালোকে আঁকোৱালি লব।
Tumi Nai Aaji—Official Video | Rupam Bhuyan | Biki | Arpana | Ritupaban | New Assamese Song 2026 Audio Credit:Composition, Music, Lyrics, and Guitars: Ritupaban KotokyVocal: Rupam BhuyanMix and Master: Dev SenVocal Recorded at Neoballad Studios by Gourab...
24/09/2025
Sign the Petition Justice for Zubeen Garg
19/09/2025
বৰকৈ মনত পৰিছে আজি সেই প্ৰিয়াৰ প্ৰীয়ৰ দৃশ্য গ্ৰহণৰ দিনকেইটালৈ।বৰকৈ মনত পৰিছে দৃশ্যগ্ৰহণ শেষ কৰি জুই পুৱাই তোমাৰ খুহুতীয়া কথাবোৰলৈ।মনত পৰিছে শেষ ৰাতি ৰিজু দাৰ সৈতে লগ লাগি মোক শুৱাৰ পৰা উঠাই আমনি কৰা কথাবোৰ।ভাবিব পৰা নাই তুমি আমাক এৰি অজান মূলুকলৈ আঁতৰি গলা।শব্দ আৰু কণ্ঠৰ মায়াজালেৰে আমাক আবৰি নিজেই নিশব্দ হৈ গলা। নিয়তিৰ ওচৰত আমিবোৰ বৰ অসহায়।যোৱাগৈ যোৱা,নেদেখা এখন সংসাৰত বিচৰণ কৰা,যত জংকীয়ে আকৌ এবাৰ তোমাৰ লগত একেলগে গাব..... আউশীৰ জোন মোৰ.....বিদায় ককাই...বিদায়.....
ৰামধেনু চিৰিজৰ কাহিনী “ভ্ৰম”
চাবলৈ নাপাহৰিব কেৱল আপোনাৰ প্ৰিয় চেনেল "ৰং" ত
প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ
সন্ধিয়া ৭ বাজি ৩০ মিনিটত
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Guwahati