APUN AXOM
হে সীতা !
সতী হবলৈ গৈ
অগ্নি পৰীক্ষাত নবহিবা
তোমাৰ সতীত্বৰ পৰীক্ষা
লব খোজা
এই জন কোন ৰামচন্দ্ৰ !
সত্যযুগৰ নে
আধুনিক যুগৰ ৰাম ?
তেওঁ পাৰিব নেকি কবলৈ
বুকু ডাঠ কৰি
সমাজৰ মাজত গৈ
" অগ্নি আসনত প্ৰথমে
বহিব পতি,
তাৰ পিছতহে পত্নী ।"
আজি ADRE পৰীক্ষাত অহা প্ৰশ্ন সমুহ। আপোনালোকৰ উত্তৰ সমূহ দি যাওঁক😎
১) ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
২) শঙ্কৰদেৱৰ আইতাকৰ নাম কি আছিল?
৩) আটাইতকৈ পুৰণি বেদ খন কি?
৪) অলকানন্দা গীতৰ গীতিকাৰ কোন?
৫) ৰংবং তেৰাঙে ৰচনা কৰা কিতাপ খন?
৬) বাঁহেৰে সজা বাদ্য
৭) ৰাজ্য সভাৰ অধ্যক্ষ কোন?
৮) ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়?
৯) নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত?
১০) টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে?
১১) নীতি আয়োগৰ অধ্যক্ষ কোন?
১২) নয়নমনি শইকীয়া কি খেলৰ সৈতে জড়িত?
১৩) দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত?
১৪) আহোমৰ শেষ ৰাজধানী কি?
১৫) অসমে কোন দুখন দেশৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে?
১৬) গ্ৰীণ লেণ্ড কোনখন মহাদেশত আছে?
১৭) চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমান খন কোন দিশৰ অভিমুখে উৰিব?
১৮) ৰূপৰ ৰাসায়নিক সংকেত কি?
১৯) জালিয়ানৱালা বাগ ক'ত আছে?
২০) এণ্ডিজ পৰ্বত ক'ত আছে?
২১) বিষুৱ ৰেখা,মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোন ঠাইৰ মাজেৰে ?
২২) শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ ৰচক কোন?
২৩) ১ জানুৱাৰী ২০২৪ সাপেক্ষে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন?
২৪) ১ জানুৱাৰী ২০২৪ সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন?
২৫) ৮০ৰ পৰা ১০০ ৰ ভিতৰত কিমান টা মৌলিক সংখ্যা আছে?
২৬) বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত?
২৭) Lion of Mysore নামেৰে কাক জনা যায়?
২৮) ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন
২৯) সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনা যায়?
৩০) ২য় বিশ্বযুদ্ধৰ সময়ত অক্ষবাহিনীত কোনখন দেশ আছিল?
৩১) ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে?
৩২) ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য খন কি?
৩৩) আন্তৰ্জাতিক উৎসব Kullu dossera ক'ত অনুষ্ঠিত হয়?
৩৪) ভৈৰৱ কুণ্ডৰ সীমান্ত কত লগ লাগি আছে?
৩৫) অসমীয়া ভাষাই কেতিয়া স্বীকৃতি পাইছিল?
৩৬) আজি যদি ৰবিবাৰ 92 দিনৰ মূৰত কি বাৰ হব ?
৩৭) National War memorial ক'ত অৱস্থিত?
৩৮) Hyphen ৰ চিহ্ন?
৩৯) ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
৪০) এটা প্ৰতিষ্ঠানত যিমান টকা বিনিয়োগ কৰে 30 দিন পিছত ইয়াৰ দুগুণ হয়, কিন্তু দুগুণ হোৱাৰ পিছত 120 টকা প্ৰতিষ্ঠানটোৱে কাটে। এজন মানুহে 105 টকা বিনিয়োগ কৰিলে 3 মাহ পিছত কিমান লাভ হ'ব ?
৪১) ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱাই?
৪২) নীতি আয়োগৰ সভাপতি কোন?
৪৩) ৰংমিলিৰ হাঁহি কাৰ ৰচনা?
উত্তৰ:
আজি যদি ৰবিবাৰ হয় 92 দিনৰ পিছত কি বাৰ হব?
ADRE ত অহা প্ৰশ্ন।
SIKAAR OFFICIAL TRAILER | Zubeen Garg, Adill Hussain, Dhyani Mohon, Urmila Mahanta, Siddharth Sharma.
Zubeen Garg
09/09/2024
?
08/09/2024
Click here to claim your Sponsored Listing.
Category
Website
Address
Gauhati