Hopun

Hopun

Share

08/07/2026

#ক্ৰিষ্টিয়ানো_ৰণাণ্ডো - বিশ্ব ফুটবল প্ৰেমীৰ এক চিনাকী নাম।যোৱাকালি স্পেইন আৰু পৰ্টুগালৰ এক ৰোমাঞ্চকৰ খেল হয় যায়।পৰ্টুগাল সৈতে ১ - ০ গলত স্পেইনৰ জয়লাভ আৰু ফিফা বিশ্বকাপৰ কোৱাটাৰ ফাইনেলত স্থান নিশ্চিত।কিন্তু একাংশ ফুটবল প্ৰেমীৰ নয়নৰ মণি তথা পৰ্টুগালৰ দূদান্ত খেলুৱৈ #ক্ৰিষ্টিয়ানো_ৰণাণ্ডো।পৰাজয়ৰ পিছত খেলপথাৰত ৰণাণ্ডোৰ দুচকুত চকুপানী দেখি শুভাকাংসী সকলোৰে মন সেমেকি উঠিল।
মই বহুত বেছি ফুটবল খেল নাচাও কিন্ত মেছি বা ৰণাণ্ডো বুলি কৰে এবাৰ হলেও খেলখন চাও।আজেনৰ্টীনা আৰু পৰ্টুগাল এই দুখন দেশৰ দুয়োজন মহান খেলুৱৈ এতিয়া বহু ফুটবল প্ৰেমীৰ ৰাইজৰ প্ৰিয় খেলুৱৈ।
ফুটপ্ৰেমীৰ বাবে ৰণাণ্ডোৰ দৰে মহান খেলুৱৈৰ অৱসৰৰ কথা জানো সহজ হব পাৰে।ৰণাণ্ডোৰ এইখন বিশ্বকাপেই শেষ বিশ্বকাপ আছিল বুলি বহুতে প্ৰিয় খেলুৱৈ গৰাকীৰ দুদান্ত খেল চোৱাৰ হেপাহ আছিল।কিন্তু সেই আশা পূৰণ নহল।এইবাৰ বহু ফুটবল প্ৰেমীৰ ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপৰ ফাইনেল খেল চোৱাৰ হেপাহ নাথাকিব।
নিজ দেশৰ সন্মান বিশ্বৰ আগত তুলি ধৰা এই সকল মহান খেলুৱৈ তথা তেখেত সকলে দি যোৱা সময়খিনি সোণালী সময় হিচাপে ইতিহাসত থাকি যায়।যদি ৰণাণ্ডোয়ে অৱসৰ লয় এইয়া ফুটবল জগতৰ এক যুগৰ সমাপ্ত হব।ৰৈ যাব মাথো স্মৃতি।
#ফুটবল_বিশ্বৰ_ৰণাণ্ডো_যুগৰ_পৰিসমাপ্তি।

Want your business to be the top-listed Media Company in Duliajan?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address

Bhadoi
Duliajan
786191