Advocate Palash Roy

Advocate Palash Roy

Share

09/04/2026

আজি ভোটদানৰ দিন... কিন্তু আমি কিয় ভোট দিম?
আমি উন্নয়ন বিচাৰো নে নাই?
জুবিনক ৰাজনীতিত অনাটো ঠিক যেন নালাগে... জুবিন আমাৰ আৱেগ...অনুগ্ৰহ কৰি ৰাজনীতিৰ লগত আৱেগ মিহলি নকৰিব...
এটা ভোট আপোনাৰ মৌলিক অধিকাৰ। আপোনাৰ অধিকাৰৰ বাবে ভোট দিয়ক... আপোনাৰ এলেকা সঁচাকৈয়ে উন্নয়ন কৰিব পৰা, কৰ্মৰ সুযোগ আনিব পৰা, আৰু অগ্ৰগতি সৃষ্টি কৰিব পৰা কোনোবা এজনক ভোট দিয়ক...
জুবিনৰ ন্যায় নাপাব বিধায়ক বা সাংসদৰ পৰা....ন্যায় দিব আদালতে...
গতিকে বুদ্ধিমানে ভোট দিয়ক...
JAI AAI AXOM🇮🇳

Want your business to be the top-listed Media Company in Dhubri?
Click here to claim your Sponsored Listing.

Category

Website

Address

R. K. Mission Road
Dhubri
783324