Online Math class 83

Online Math class 83

Share

08/01/2026

23/03/2024

Maths Class 83 ​ ​ ​ ​ ​ ​ ​ ​ ​ ​ .Q 1.অসমত ঘূৰ্ণীবতাহক কি বুলি কয়?
Ans-বৰদৈচিলা
Q.2. বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে?
Ans-20.94%
Q.3.বায়ুৰ চাপ কি এককত প্ৰকাশ কৰা হয়?
Ans-মিলিবাৰ
Q.4. বতাহৰ গতিবেগৰ এককটোৰ নাম কি?
Ans- Knot (নট)
Q.5.ভাৰতৰ কোনখন ঠাইক বৰ্তমান হোৱাইট ৱাটাৰ বুলি জনা যায়?
Ans-Siachen/ছিয়াচেন

Want your school to be the top-listed School/college in Dhubri?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address

Dhubri
783332