Comparative Exam Tutorials

Comparative Exam Tutorials

Share

21/02/2026
14/06/2024

⭕ ভাৰত চৰকাৰৰ নতুন কেন্দ্ৰীয় মন্ত্ৰীসকল :-

🔰 প্ৰধানমন্ত্ৰী - নৰেন্দ্ৰ মোদী।
🔰 গৃহমন্ত্ৰী - অমিত শ্বাহ।
🔰 বিত্ত মন্ত্ৰী - নিৰ্মলা সীতাৰমন।
🔰 প্ৰতিৰক্ষা মন্ত্ৰী - ৰাজনাথ সিং।
🔰 বৈদেশিক মন্ত্ৰী - এছ. জয়শংকৰ।
🔰 পথ পৰিবহণ মন্ত্ৰী - নীতিন গাদকাৰী।
🔰 স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী - জে পি নড্ডা।
🔰 কৃষি মন্ত্ৰী - শিৱৰাজ সিং চৌহান।
🔰 শিক্ষা মন্ত্ৰী - ধৰ্মেন্দ্ৰ প্ৰধান।
🔰 বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী - সৰ্বানন্দ সোণোৱাল।
🔰 ৰেল মন্ত্ৰী - অশ্বিনী বৈষ্ণৱ।
🔰 সাংস্কৃতিক তথা পৰ্যটন মন্ত্ৰী - গজেন্দ্ৰ সিং শেখাৱট।
🔰 পৰিৱেশ, বন তথা জলবায়ু মন্ত্ৰী - ভূপেন্দ্ৰ যাদৱ।
🔰 মহিলা আৰু শিশু বিকাশ মন্ত্ৰী - অন্নপূৰ্ণা দেৱী।
🔰 পেট্ৰোলিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰী - হৰদীপ সিং পুৰী।
🔰 ক্ৰীড়া মন্ত্ৰী - মনসুখ মন্দাভিয়া।
🔰 পঞ্চায়তীৰাজ মন্ত্ৰী - লল্লন সিং।

Want your school to be the top-listed School/college in Dhubri?
Click here to claim your Sponsored Listing.

Address

Dhubri