BJYM Goalpara

BJYM Goalpara

Share

15/04/2026

অসম প্ৰদেশ ভাৰতীয় জনতা যুৱ মৰ্চাৰ বলিষ্ঠ নেতৃত্ব তথা আমাৰ সকলোৰে মৰমৰ সভাপতি শ্ৰীযুত ৰাকেশ দাস ডাঙৰীয়াক ওপজা দিনৰ হিয়াভৰা ওলগ আৰু শুভেচ্ছা জনালোঁ।

Rakesh Das

Photos from BJYM Goalpara's post 05/04/2026

দুধনৈৰ বুকুত আজি জনতাৰ অভূতপূৰ্ব জোৱাৰ! বিজয় সংকল্প সভাৰ এই বিশাল জনসমাবেশ আৰু ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰিয়ে প্ৰমাণ কৰিলে যে গোৱালপাৰাবাসী কেৱল উন্নয়ন আৰু সুস্থিৰতাৰ পক্ষত।

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিয়ে আমাক এক নতুন শক্তি আৰু প্ৰেৰণা প্ৰদান কৰিছে। ৰাইজৰ চকুৱে-মুখে দেখা পোৱা এই বিশ্বাসেই আগন্তুক সময়ত এক ডাঙৰ পৰিৱৰ্তনৰ স্পষ্ট ইংগিত।

📍১৫নং দুধনৈ বিধানসভা সমষ্টি ।

Himanta Biswa Sarma
BJP Assam Pradesh
BJYM Assam
Dilip Saikia
Rakesh Das
Pabitra Rabha
বিক্ৰমজিৎ বৰ্মন

Want your organization to be the top-listed Non Profit Organization in Assam?
Click here to claim your Sponsored Listing.

Website

Address

Goalpara
Assam
783129